Surprise Me!

এইবাৰ চাওক কোটি টকীয়া দুৰ্গা পূজা: গুৱাহাটীত প্ৰস্তুতি তুংগত

2025-09-04 9 Dailymotion

এক কোটি টকা ব্যয় সাপেক্ষে থাইলেণ্ডৰ প্রখ্যাত মন্দিৰ ‘‘ৱাট অৰুণ’’ৰ আৰ্হিত গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত নিৰ্মাণ কৰি থকা হৈছে দুৰ্গা পূজাৰ মণ্ডপ ৷